Founder and General Secretary, Xondhan Foundation

ক'ৰ'না ভাইৰাচ corona virus lockdown

ক’ৰ’না ভাইৰাচ, লকডাউন আৰু মানসিক স্বাস্থ্য

২০২০ বৰ্ষৰ আৰম্ভণিৰে পৰা সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাচ তথা ক’ভিড-১৯ মহামাৰী হিচাপে আতংকৰ সৃষ্টি কৰি আহিছে ৷ চীনৰ য়ুহান চহৰৰ পৰা বিয়পি পৰা এই ভাইৰাচ বিশ্বৰ কেইবাখনো দেশত সম্প্ৰতি মহামাৰী হিচাপে দেখা দিছে ৷ ৩০ জানুৱাৰী তাৰিখে কেৰেলাত ভাৰতৰ প্ৰথমজন ক’ৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত হয় ৷ তেওঁ য়ুহান চহৰৰ পৰা উভতি অহা ছাত্ৰ আছিল৷ ইয়াৰ…