Xondhan Foundation COVID-19 Relief Distribution First Edition Photo 10

COVID-19 Relief Distribution (First Edition)

সন্ধান ফাউণ্ডেছনয়ে কেইবাজনো ব্যক্তিৰ সহযোগত যোৱাকালি উত্তৰ শালমাৰা সূত্ৰধৰপাৰা (বঙাইগাওঁ)ত ৬০টা পৰিয়ালৰ বাবে এক বিশেষ সহায়ৰ ব্যৱস্থা কৰা হ’ল । সকলো পৰিয়ালৰ বাবে চাউল, ডালি তথা কিছু দৰকাৰী বস্তুৰ ব্যৱস্থা কৰা হৈছিল ৷ অনুষ্ঠানটোলৈ সহায় আগবঢ়োৱা আছিফ নাছিৰ, অৰিন্দম চাহা আদিকে সকলো ব্যক্তিলৈ সন্ধানৰ তৰফৰ পৰা ধন্যবাদ ৷ আপুনিও এই যাত্ৰাৰ অংশীদাৰ হ’ব পাৰে ৷…