বিশ্ব পৰিবেশ দিৱস ২০১৮

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ২জুন ২০১৮ তাৰিখে গুৱাহাটীৰ পশ্চিম ৰামচৰণী উচ্চ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছবি অঁকা প্ৰতিযোগীতাৰ আয়োজন কৰা হয় ৷ বিজয়ীসকলক বিভিন্ন কিতাপেৰে সন্মানিত কৰা হয় ৷ অনুষ্ঠানটো সফল ভাৱে আয়োজন কৰাত বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা প্ৰিয়ংকুশ প্ৰতিম কলিতা, দীপ জ্যোতি ডেকা, চিৰঞ্জীৱ গগৈ, মৌচম মোহন দাস, ৰাজশ্ৰী বৰগোহাঁইৰ লগতে আকিঞ্চন ফাউণ্ডেশ্যন ৰ…

Details

শ্যামলম – প্ৰকৃতিৰ বাবে এখন্তেক

বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে আমাৰ জীৱন যাত্ৰাত ৰাতিপুৱাৰ পৰা গধূলিলৈ প্ৰভাৱ পেলাই আহিছে। বিজ্ঞানৰ দ্ৰুতগামী গতিয়ে আমাক কেৱল দিয়াই নহয় আমাৰ পৰা বহু কাঢ়িও নিছে। প্ৰকৃতিৰ নিজস্বতাত আঘাত সানি আমি সময়ৰ জখলাৰে বগাবলৈ চেষ্টা কৰিছো। উদ্যোগীকৰণৰ বাবে বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে আৰু যাৰ ফলত বায়ুমণ্ডলৰ গেছসমূহৰ নিৰ্দিষ্ট জোখমাখতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যিহেতু আমি উদ্যোগীকৰণৰ…

Details

Celebrated Diwali with State Home for Women

Empathy is all we need to change the world. We celebrated this Diwali(30th October,2016) with the children from State Home for Women (Jalukbari, Guwahati). [At present there are five homes with more than 120 children and adults] 1.State home 2.Observation home 3.Children home 4.Transit home 5.Destitute home This is the best Diwali for us. Seeing…

Details

A few important things should be done by our Tourism Department

A few of my recent Tweets to Honorable Chief Minister of Assam, Shri Sarbananda Sonowal and Cabinet Minister of Finance, Health, Education, Tourism Dr. Himanta Biswa Sarma: Sir, @himantabiswa adopt villages near to major Tourist spot to transform as Integrated Tourism Village to facilitate every Tourist. #nln — BGT’s Organic Travel (@BijitDuttaJrt) May 25, 2016…

Details

গঁড় হত্যা আৰু পৰ্যটন

কাজিৰঙাত গঁড় হত্যা নতুন ঘটনা নহয় যদিও যোৱা দুই-তিনি বছৰত তাৰ মাত্ৰা বাঢ়ি গৈছে ৷ বহু প্ৰতিবাদ হৈছে কিন্তু এটা দীৰ্ঘম্যাদী আঁচনিয়েহে গঁড় হত্যা বন্ধ কৰিব পাৰিব ৷ কেৱল বন-বিভাগকে দোষ দি থাকিলেই নহ’ব ৷ কাজিৰঙাৰ লগত পৰ্যটন বিভাগ পোনপটীয়াকৈ জড়িত ৷ এই বিভাগটোৰো যথেষ্ট দায়িত্ব আছে ৷ বন বিভাগতকৈ স্থানীয় ৰাইজ কাজিৰঙাৰ বনজ সম্পদ…

Details