xondhan-foundation-rhino

গঁড় হত্যা আৰু পৰ্যটন

কাজিৰঙাত গঁড় হত্যা নতুন ঘটনা নহয় যদিও যোৱা দুই-তিনি বছৰত তাৰ মাত্ৰা বাঢ়ি গৈছে ৷ বহু প্ৰতিবাদ হৈছে কিন্তু এটা দীৰ্ঘম্যাদী আঁচনিয়েহে গঁড় হত্যা বন্ধ কৰিব পাৰিব ৷ কেৱল বন-বিভাগকে দোষ দি থাকিলেই নহ’ব ৷ কাজিৰঙাৰ লগত পৰ্যটন বিভাগ পোনপটীয়াকৈ জড়িত ৷ এই বিভাগটোৰো যথেষ্ট দায়িত্ব আছে ৷ বন বিভাগতকৈ স্থানীয় ৰাইজ কাজিৰঙাৰ বনজ সম্পদ…