xondhan-foundation---world-environment-day-2018-1

বিশ্ব পৰিবেশ দিৱস ২০১৮

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ২জুন ২০১৮ তাৰিখে গুৱাহাটীৰ পশ্চিম ৰামচৰণী উচ্চ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছবি অঁকা প্ৰতিযোগীতাৰ আয়োজন কৰা হয় ৷ বিজয়ীসকলক বিভিন্ন কিতাপেৰে সন্মানিত কৰা হয় ৷ অনুষ্ঠানটো সফল ভাৱে আয়োজন কৰাত বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা প্ৰিয়ংকুশ প্ৰতিম কলিতা, দীপ জ্যোতি ডেকা, চিৰঞ্জীৱ গগৈ, মৌচম মোহন দাস, ৰাজশ্ৰী বৰগোহাঁইৰ লগতে আকিঞ্চন ফাউণ্ডেশ্যন ৰ…