xondhan foundation world environment day 2018 2

World Environment Day 2018

আগন্তুক বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি ২জুন ২০১৮ তাৰিখে গুৱাহাটীৰ পশ্চিম ৰামচৰণী উচ্চ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছবি অঁকা প্ৰতিযোগীতাৰ আয়োজন কৰা হয় ৷ বিজয়ীসকলক বিভিন্ন কিতাপেৰে সন্মানিত কৰা হয় ৷ অনুষ্ঠানটো সফল ভাৱে আয়োজন কৰাত বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা Priyankush Pratim Kalita, Deep Jyoti Deka, Chiranjib Gogoi, Moucham M Das, ৰাজশ্ৰী বৰগোহাঁই , Mon…