shyamalam-dibrugarh-purbanchal-jatiyo-vidyalaya-3

শ্যামলম – প্ৰকৃতিৰ বাবে এখন্তেক

বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে আমাৰ জীৱন যাত্ৰাত ৰাতিপুৱাৰ পৰা গধূলিলৈ প্ৰভাৱ পেলাই আহিছে। বিজ্ঞানৰ দ্ৰুতগামী গতিয়ে আমাক কেৱল দিয়াই নহয় আমাৰ পৰা বহু কাঢ়িও নিছে। প্ৰকৃতিৰ নিজস্বতাত আঘাত সানি আমি সময়ৰ জখলাৰে বগাবলৈ চেষ্টা কৰিছো। উদ্যোগীকৰণৰ বাবে বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে আৰু যাৰ ফলত বায়ুমণ্ডলৰ গেছসমূহৰ নিৰ্দিষ্ট জোখমাখতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যিহেতু আমি উদ্যোগীকৰণৰ…